Assam Culture GK in Assamese language
Category | Assam Culture GK in Assam |
Type of Question | MCQ |
No. of question | 30 |
GK Type | PDF, Book, |
Language | Assamese |
Assam Culture GK in Assamese language
১. কোন পূজাত পূৰ্বতে নৰবলি দিয়াৰ ৰীতি আছিল?
ক) কেঁচাইখাঁটী পূজা
খ) কুমাৰী পূজা
গ) বাঁশ পূজা
ঘ) মনসা পূজা
ক) কেঁচাইখাঁটী পূজা
২. কোন মাহত জন্মাষ্টমী উদযাপন কৰা হয়?
ক) আহিন
খ) ভাদ
গ) ফাগুন
ঘ) কাতি
খ) ভাদ মাহৰ কৃষ্ণা অষ্টমী তিথিত
৩. লখিমী সবাহ কিহৰ লগত জড়িত?
ক) বিবাহ
খ) দহা
গ) কৃষি
ঘ) ওপৰৰ এটাও শুদ্ধ নহয়
গ) কৃষি
৪. হুদুমদেওৰ পূজা কিহৰ লগত জড়িত?
ক) বিবাহ
খ) দহা
গ) কৃষি
ঘ) বৃষ্টি (বৰষুণ)
ঘ) বৃষ্টি (বৰষুণ)
৫. ষষ্ঠ বা ছট পূজা কোন দেৱতাৰ লগত জড়িত?
ক) ইন্দ্ৰ
খ) গণেশ
গ) সূৰ্য
ঘ) বিশ্বকৰ্মা
গ) সূৰ্য
৬. দেহাল বা দেওশাল পূজা কোনসকল লোকে পালন কৰে?
ক) মিচিং
খ) বড়ো
গ) কাৰ্বি
ঘ) ডিমাছা
গ) কাৰ্বি
৭. বাথৌ পূজা কোনসকল লোকে পালন কৰে?
ক) মিচিং
খ) বড়ো
গ) কাৰ্বি
ঘ) ডিমাছা
খ) বড়ো
৮. বাথৌ পূজাত কোন দেৱতাক পূজা অৰ্চনা কৰা হয়?
ক) ইন্দ্ৰ
খ) বাথৌ শিব্ৰাই
গ) গণেশ
ঘ) সূৰ্য
খ) বাথৌ শিব্ৰাই
৯. খেৰাই নৃত্য কোনসকল লোকৰ লগত জড়িত?
ক) মিচিং
খ) বড়ো
গ) কাৰ্বি
ঘ) ডিমাছা
খ) বড়ো
Assam Culture GK in Assamese language
১০. মে- ডাম মে- ফি কোনসকল লোকে পালন কৰে?
ক) মিচিং
খ) টাই আহোম
গ) কাৰ্বি
ঘ) ডিমাছা
খ) টাই আহোম
১১. মে- ডাম মে- ফি কোন তাৰিখে পালন কৰা হয়?
ক) ২৫ জানুৱাৰী
খ) ৩১ জানুৱাৰী
গ) ৫ ফেব্ৰুৱাৰী
ঘ) ১০ জুন
খ) ৩১ জানুৱাৰী
১২. চমাংকান কোনসকল লোকে পালন কৰে?
ক) মিচিং
খ) টাই আহোম
গ) কাৰ্বি
ঘ) ডিমাছা
গ) কাৰ্বি
১৩. চমাংকান মূলতঃ কিহৰ অনুষ্ঠান?
ক) বিবাহৰ
খ) মৃতকৰ শ্ৰাদ্ধৰ
গ) কৃষিৰ
ঘ) ওপৰৰ আটইকেইটা অশুদ্ধ
খ) মৃতকৰ শ্ৰাদ্ধৰ
১৪. কৰম পূজা কোনসকলৰ লোকে উদযাপন কৰে?
ক) মিচিং
খ) টাই আহোম
গ) কাৰ্বি
ঘ) চাহ জনজাতি
ঘ) চাহ জনজাতি
১৫. কৰম পূজা কেইবিধ?
ক) ২
খ) ৩
গ) ৪
ঘ) ৫
ক) ২ ( ৰাজহ কৰম আৰু জিতিয়া কৰম)
১৬. খেমটা গীত, ঝুমুৰ গীত আদি কোনসকল লোকৰ লগত জড়িত?
ক) মিচিং
খ) টাই আহোম
গ) কাৰ্বি
ঘ) চাহ জনজাতি
ঘ) চাহ জনজাতি
১৭. টুচু পূজা কোনসকলৰ লোকে উদযাপন কৰে?
ক) মিচিং
খ) টাই আহোম
গ) কাৰ্বি
ঘ) চাহ জনজাতি
ঘ) চাহ জনজাতি
১৮. ব’হাগ বিহুৰ প্ৰথম দিনটোক কি বিহু নামেৰে জনা যায়?
ক) গৰু বিহু
খ) মানুহ বিহু
গ) তাঁতৰ বিহু
ঘ) নাঙলৰ বিহু
ক) গৰু বিহু
১৯. ব’হাগ বিহুৰ শেষৰ দিন বা সাতবিহুৰ শেষৰ দিনটোক কি বিহু নামেৰে জনা যায়?
ক) গৰু বিহু
খ) চেৰা বিহু
গ) তাঁতৰ বিহু
ঘ) নাঙলৰ বিহু
খ) চেৰা বিহু
Assam Culture GK in Assamese language
২০. আলি- আই- লৃগাং উৎসৱ কোনসকলৰ লোকে উদযাপন কৰে?
ক) মিচিং
খ) টাই আহোম
গ) কাৰ্বি
ঘ) চাহ জনজাতি
ক) মিচিং
২১. বৈশাখ দুমাহী উৎসৱ কোনসকলৰ লোকে উদযাপন কৰে?
ক) মিচিং
খ) বড়ো
গ) ৰাভা
ঘ) চাহ জনজাতি
গ) ৰাভা
২২. কোনসকল লোকে বিহুক ‘বুচু’ বোলে?
ক) কাৰ্বি
খ) বড়ো
গ) দেউৰী
ঘ) ডিমাছা
ঘ) ডিমাছা
২৩. বিহুত হাইদাং গীত, হিলালী গীত আদি কোনসকল লোকে পৰিবেশন কৰে?
ক) তিৱা
খ) সোণোৱাল কছাৰী
গ) দেউৰী
ঘ) মৰাণ
খ) সোণোৱাল কছাৰী
২৪. হাজং সকলে বহাগ’ বিহুক কি বুলি কয়?
ক) বুচু
খ) লেৱাটনা বিহু
গ) চেৰাবিহু
ঘ) বাইছাগু
খ) লেৱাটনা বিহু
Assam Culture GK in Assamese language
২৫. বাইছাগু কোনসকল লোকে উদযাপন কৰে?
ক) তিৱা
খ) মটক
গ) বড়ো
ঘ) মৰাণ
গ) বড়ো
২৬. কাৰ উদ্যোগত অসমত প্ৰথমবাৰৰ বাবে মঞ্চ বিহুৰ আয়োজন কৰা হৈছিল?
ক) ভূপেন হাজৰিকা
খ) ডিম্বেশ্বৰ নেওগ
গ) ৰাধাগোবিন্দ বৰুৱা
ঘ) বিষ্ণুপ্ৰসাদ ৰাভা
গ) ৰাধাগোবিন্দ বৰুৱা
২৭. অসমৰ কোন ঠাইত প্ৰথমবাৰৰ বাবে মঞ্চ বিহুৰ আয়োজন কৰা হৈছিল?
ক) শিৱসাগৰ
খ) চৰাইদেউ
গ) লতাশিল ( গুৱাহাটী)
ঘ) ডিব্ৰুগড়
গ) লতাশিল ( গুৱাহাটী)
২৮.পইচাংকেন্ কোনসকল লোকৰ উৎসব?
ক) তিৱা
খ) টাই বৌদ্ধ
গ) হাজং
ঘ) কাৰ্বি
খ) টাই বৌদ্ধ
২৯. ফাট- বিহু কোন ঠাইত উদযাপন কৰা হয়?
ক) শিৱসাগৰ
খ) গুৱাহাটী
গ) লখিমপুৰ
ঘ) তিনিচুকীয়া
গ) লখিমপুৰ জিলাৰ ঢকুৱাখনা
Assam Culture GK in Assamese language
৩০. গুমৰাগ নৃত্য কোনসকল লোকে পৰিৱেশন কৰে?
ক) মিচিং
খ) টাই আহোম
গ) কাৰ্বি
ঘ) চাহ জনজাতি
ক) মিচিং
Also Read: Assam History GK Important MCQ, PDF And Book
Read More: Assam Quiz