Assam Geography MCQ in Assamese || Assam Geography MCQ In Assamese || Assam National Park And Wildlife MCQ In Assamese
Quiz Type | MCQ |
Language | Assamese |
Category | National Park, Wildlife Sanctuaries of Assam etc. |
Total Question | 30 |
State | Assam |
Assam Geography MCQ in Assamese
১. অসমৰ ৰাজ্যিক পশু কি?
ক) বাঘ
খ) এশিঙীয়া গড়ঁ
গ) হাতী
ঘ) সিংহ
খ) এশিঙীয়া গড়ঁ
২. আকাৰৰ তুলনাত এশিঙীয়া গড়ঁ বৰ্তমান পৃথিৱীত থকা জন্তুৰ ভিতৰত কিমান স্থানত
ক) প্ৰথম
খ) তৃতীয়
গ) পঞ্চম
ঘ) অষ্টম
গ) পঞ্চম
৩. গড়ঁৰ গড় বয়স কিমান?
ক) ২০ -৩০ বছৰ
খ) ৩০ -৪৫ বছৰ
গ) ৪০ -৫৫ বছৰ
ঘ) ৫৫ -৬০ বছৰ
খ) ৩০ -৪৫ বছৰ
৩. কোন ঠাইত আটাইতকৈ বেছি এশিঙীয়া গড়ঁ পোৱা যায়?
ক) পশ্চিমবঙ্গ
খ) উত্তৰ প্ৰদেশ
গ) অসম
ঘ) ৰাজস্থান
গ) অসম
Assam Geography MCQ in Assamese
৪. কিমান চনত অসম চৰকাৰে গড়ঁক অসমৰ ৰাজ্যিক পশু হিচাপে ঘোষণা কৰে?
ক) ২০০০
খ) ২০০১
গ) ২০০২
ঘ) ২০০৩
ঘ) ২০০৩ চনৰ ৪ এপ্ৰিলত
৫. অসমৰ ৰাজ্যিক পক্ষী কি?
ক) কপৌ
খ) বগলি
গ) দেওঁহাহ
ঘ) পাৰ
গ) দেওঁহাহ
৬. IUCN ৰ সম্পূৰ্ণ অৰ্থ হৈছে
ক) Indian Union for Conservation of Nature
খ) International Union for Conservation of Nature
গ) International Union for Construction of Nature
ঘ) Indian Union for Construction of Nature
খ) International Union for Conservation of Nature
৭. অসমৰ ৰাজ্যিক গীত অথবা অসমৰ জাতীয় সংগীতটো কোনে ৰচনা কৰিছিল?
ক) বিষ্ণুপ্ৰসাদ ৰাভা
খ) ডিম্বেশ্বৰ নেওগ
গ) লক্ষ্মীনাথ বেজবৰুৱা
ঘ) জ্যোতিপ্ৰসাদ আগৰৱালা
গ) লক্ষ্মীনাথ বেজবৰুৱা
৮. কিমান চনত ” অ’ মোৰ আপোনাৰ দেশ ” গীতটো অসমৰ জাতীয় সংগীত ৰূপে গ্ৰহণ কৰা হয়?
ক) ১৯২৮
খ) ১৯৩০
গ) ১৯৩৩
ঘ) ১৯৩৫
ক) ১৯২৮
৯. অসমৰ ৰাজ্যিক ফুল কি?
ক) গোলাপ
খ) কপৌ
গ) নাৰ্জী
ঘ) তগৰ
খ) কপৌ
১০. কপৌ ফুল অসমৰ বাহিৰেও আৰু কোন ৰাজ্যৰ ৰাজ্যিক ফুল?
ক) পশ্চিবঙ্গ
খ) নাগালেণ্ড
গ) অৰুণাচল প্ৰদেশ
ঘ) মেঘালয়
গ) অৰুণাচল প্ৰদেশ
১১. কিমান চনত অসম চৰকাৰে কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে স্বীকৃতি দিয়ে?
ক) ২০০২
খ) ২০০৩
গ) ২০০৪
ঘ) ২০০৫
খ) ২০০৩ চনৰ ৪ এপ্ৰিলত
Assam Geography MCQ in Assamese PDF
১২. অসমৰ ৰাজ্যিক বৃক্ষ কি?
ক) হোলোং
খ) চেগুন
গ) শাল
ঘ) শিমলু
ক) হোলোং
১৩. কিমান চনত হোলোং গছক অসমৰ ৰাজ্যিক বৃক্ষ হিচাপে স্বীকৃতি দিয়ে?
ক) ২০০৩
খ) ২০০৪
গ) ২০০৫
ঘ) ২০০৬
ক) ২০০৩ চনৰ ৪ এপ্ৰিলত
১৪. অসমৰ ৰাজ্যিক জলজ পশু কি?
ক) কাছ
খ) মাছ
গ) শিহু
ঘ) ওপৰৰ এটাও শুদ্ধ নহয়
গ) শিহু
১৫. ২০০৫ চনত ‘ আৰণ্যক ‘ নামৰ এক সংস্থাই চলোৱা সমীক্ষাত ব্ৰহ্মপুত্ৰ উপত্যকাত কিমানটা শিশুৰ উপস্থিতি পৰিলক্ষিত হৈছিল?
ক) ২০০
খ) ২৫০
গ) ৩০০
ঘ) ৩৫০
খ) ২৫০
১৬. কিমান চনত অসম চৰকাৰে শিহুক অসমৰ ৰাজ্যিক জলজ পশু হিচাপে স্বীকৃতি দিয়ে?
ক) ২০০৫
খ) ২০০৬
গ) ২০০৭
ঘ) ২০০৮
ঘ) ২০০৮
১৭. অসমৰ ৰাজ্যিক পানীয় কি?
ক) চাহ
খ) কফি
গ) গাখীৰ
ঘ) ওপৰৰ এটাও শুদ্ধ নহয়
ক) চাহ
১৮. কিমান চনত চাহক অসমৰ ৰাজ্যিক পানীয় হিচাপে স্বীকৃতি দিয়ে?
ক) ২০১০
খ) ২০১১
গ) ২০১২
ঘ) ২০১৩
খ) ২০১১
Assam Geography MCQ in Assamese
১৯. অসমত বৰ্তমানলৈ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে?
ক) ৪
খ) ৫
গ) ৬
ঘ) ৭
ঘ) ৭
২০. পৃথিৱীৰ মুঠ এটা খৰ্গযুক্ত গড়ৰ কিমান শতাংশ কাজিৰঙাত পোৱা যায়?
ক) ৬০%
খ) ৭০%
গ) ৮০%
ঘ)৯০%
ঘ)৯০%
২১. কিমান চনৰ পৰা কাজিৰঙাই ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰে?
ক) ১৯৭২
খ) ১৯৭৩
গ) ১৯৭৪
ঘ) ১৯৭৫
গ) ১৯৭৪ চনৰ ১ জানুৱাৰী
২২. কিমান চনত ইউনেস্কোৱে কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি দিয়ে?
ক) ১৯৮৪
খ) ১৯৮৫
গ) ১৯৮৬
ঘ) ১৯৮৭
খ) ১৯৮৫
২৩. ২০১৮ চনত অসম চৰকাৰৰ বন বিভাগ আৰু কেইটামান স্বেচ্ছাসেৱী সংগঠনৰ যুটীয়া উদ্যোগত কাজিৰঙাত চলোৱা এক পিয়ল অনুসৰি কিমানটা গড়ঁ পোৱা গৈছে?
ক) ২৪১৩
খ) ৩২২৫
গ) ৪০০০
ঘ) ৪৫০০
ক) ২৪১৩
Assam Geography MCQ in Assamese
২৪. কিমান চনত ইউনেস্কোৱে মানাহ ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি দিয়ে?
ক) ১৯৮৪
খ) ১৯৮৫
গ) ১৯৮৬
ঘ) ১৯৮৭
খ) ১৯৮৫
২৫. কিমান চনৰ পৰা মানহে ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰে?
ক) ১৯৮০
খ) ১৯৮৫
গ) ১৯৯০
ঘ) ১৯৯৫
গ) ১৯৯০
২৬. বনৰীয়া ঘোঁৰা পোৱা একমাত্ৰ ৰাষ্ট্ৰীয় উদ্যান খনৰ নাম কি?
ক) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
খ) মানাহ ৰাষ্ট্ৰীয় উদ্যান
গ) ডিব্ৰু – চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান
ঘ) ওৰাং ৰাষ্ট্ৰীয় উদ্যান
গ) ডিব্ৰু – চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান
২৭. কিমান চনৰ পৰা ডিব্ৰু – চৈখোৱাই ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰে?
ক) ১৯৯৫
খ) ১৯৯৭
গ) ১৯৯৯
ঘ) ২০০০
গ) ১৯৯৯
২৮. কিমান চনত ওৰাংক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়?
ক) ১৯৯৫
খ) ১৯৯৭
গ) ১৯৯৯
ঘ) ২০০০
গ) ১৯৯৯
২৯. কিমান চনত নামেৰীক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়?
ক) ১৯৯৫
খ) ১৯৯৮
গ) ১৯৯৯
ঘ) ২০০০
খ) ১৯৯৮
৩০. কাজিৰঙাৰ মুঠ মাটিকালি কিমান?
ক) ৮৫৮.৯৮ বৰ্গ কিলোমিটাৰ
খ) ৮৬০.৯৮ বৰ্গ কিলোমিটাৰ
গ) ৯০০ বৰ্গ কিলোমিটাৰ
ঘ) ৯২০.২৯ বৰ্গ কিলোমিটাৰ
ক) ৮৫৮.৯৮ বৰ্গ কিলোমিটাৰ
Also View:Assam Culture GK in Assamese language
Read More:Assam Quiz