ASSAM GK

Assam GK important MCQ, Assam GK PDF

Quiz TypeMCQ
LanguageAssamese
CategoryGeneral knowledge of Assam
Total Question30
StateAssam

১. অসমত কেতিয়া ৰাষ্ট্ৰীয় ক্ৰিয়া মহোৎসৱ উদযাপন কৰা হৈছিল?

ক) ২০০৫
খ) ২০০৬
গ) ২০০৭
ঘ) ২০০৮

গ) ২০০৭

২. ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান আছিল?

ক) ২ কোটি ১১ লাখ
খ) ২ কোটি ১৫ লাখ
গ) ৩ কোটি ১১ লাখ
ঘ) ৩ কোটি ৫০ লাখ

গ) ৩ কোটি ১১ লাখ

৩. জোনবিল মেলা কত অনুষ্ঠিত কৰা হয়?

ক) নগাওঁ
খ) মৰিগাঁও
গ) কোকৰাঝৰ
ঘ) কাৰ্বিআংলং

খ) মৰিগাঁও

৪. কাজিৰঙাক বিশ্ব অতিহ্য ক্ষেত্ৰ হিচাপে কেতিয়া স্বীকৃতি দিয়া হৈছিল?

ক) ১৯৮০
খ) ১৯৮৫
গ) ১৯৯০
ঘ) ১৯৯৫

খ) ১৯৮৫

৫. এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ অসমৰ কোন ঠাইত আছে?

ক) দেৰগাঁও
খ) জাগীৰোড
গ) লংকা
ঘ) লখিমপুৰ

খ) জাগীৰোড

৬. অসম সৰ্বশিক্ষা অভিযান মিছন কেতিয়া আৰম্ভ কৰা হয়?

ক) ১৯৯৮
খ) ২০০০
গ) ২০০১
ঘ) ২০০৫

গ) ২০০১

ASSAM GK IMPORTANT MCQ

৭. নামবৰ অভয়াৰণ্য অসমৰ কোন জিলাত অৱস্থিত?

ক) ডিব্ৰগড়ৰ
খ) চিৰাং
গ) কাৰ্বিআংলং
ঘ) গোলাঘাট

গ) কাৰ্বিআংলং

৮. ধলা শদিয়া দলঙৰ দৈৰ্ঘ্য কিমান?

ক) ৮.১৫ কি মি
খ) ৯.১৫ কি মি
গ) ১০.১৫ কি মি
ঘ) ১১.১৫ কি মি

খ) ৯.১৫ কি মি

৯. দ্বিতীয় অসমীয়া বোলছবি খনৰ নাম হৈছে

ক) জয়মতী
খ) ইন্দ্ৰমালতী
গ) এৰা বাটৰ সুৰ
ঘ) ইটো সিটো বহুটো

খ) ইন্দ্ৰমালতী

১০. অসমৰ সত্ৰিয়া নৃত্যই কেতিয়া শাস্ত্ৰীয় নৃত্যৰ মৰ্য্যদা পাইছিল?

ক) ১৯৯৫
খ) ১৯৯৯
গ) ২০০০
ঘ) ২০০৯

গ) ২০০০

১১. অভিৰুচি ক্ৰিয়া দিৱস কেতিয়া পালন কৰা হয়?

ক) ৩ আষ্টত
খ) ৩ ছেপ্টেম্বৰ
গ) ৫ ছেপ্টেম্বৰ
ঘ) ৩ নৱেম্বৰ

খ) ৩ ছেপ্টেম্বৰ

১২. মাজুলী কেতিয়া জিলা হিচাপে ঘোষণা কৰা হৈছিল?

ক) ২০১৪
খ) ২০১৫
গ) ২০১৬
ঘ) ২০১৭

গ) ২০১৬

ASSAM GK PDF

১৩. ভোগেশ্বৰ বৰুৱাই কি বঁটা লাভ কৰা প্ৰথম অসমীয়া আছিল

ক) ৰজত কমল বঁটা
খ) অৰ্জুন বঁটা
গ) খেল ৰত্ন বঁটা
ঘ) স্বৰ্ণ কমল বঁটা

খ) অৰ্জুন বঁটা

১৪. ডিগবৈ শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল?

ক) ১৯০০
খ) ১৯০১
গ) ১৯০২
ঘ) ১৯০৩

খ) ১৯০১

১৫. প্ৰহ্লাদ চৰিত কোনে ৰচনা কৰিছিল?

ক) হৰিবৰ বিপ্ৰ
খ) ৰাম সৰস্বতী
গ) হেম সৰস্বতী
ঘ) কবিৰত্ন সৰস্বতী

গ) হেম সৰস্বতী

১৬. অসমৰ কোনখন ঠাইক মানচেষ্টাৰ অফ আছাম বুলি কোৱা হয়?

ক) মাজুলী
খ) হুৱালকুছি
গ) সৰ্থেবাৰী
ঘ) ঢকুৱাখনা

খ) হুৱালকুছি

১৭. অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল?

ক) হেমচন্দ্ৰ গোস্বামী
খ) লক্ষ্মীনাথ বেজবৰুৱা
গ) পদ্মনাথ গোহাঞিবৰুৱা
ঘ) কালিৰাম মেধি

গ) পদ্মনাথ গোহাঞিবৰুৱা

১৮. অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধান খনৰ নাম কি?

ক) হেমকোষ অভিধান
খ) চন্দ্ৰকান্ত অভিধান
গ) শব্দকোষ
ঘ) এটাও নহয়

খ) চন্দ্ৰকান্ত অভিধান

ASSAM GK IN ASSAMESE

১৯. মাধৱদেৱৰ সাহিত্যিক স্তম্ভ বুলি কোনখন পুঠিক জনা যায়?

ক) নামঘোষা
খ) কীৰ্তন ঘোষা
গ) গুণমালা
ঘ) ভাগৱত

ক) নামঘোষা

২০. অসমৰ আটাতকৈ বেছি জনসংখ্যা থকা গাওঁখনৰ নাম কি?

ক) বেবেজীয়া
খ) কামপুৰ
গ) হুৱালকুছি
ঘ) দিমৰূপথৰ

গ) হুৱালকুছি

২১. প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি?

ক) দৈনিক অসম
খ) দৈনিক বাতৰি
গ) অসমীয়া সাদিন
ঘ) জনমভূমি

ক) দৈনিক অসম

২২. বাঁহীৰ প্ৰথম সম্পাদক কোন আছিল?

ক) লক্ষ্মীনাথ বেজবৰুৱাৰ
খ) হেমচন্দ্ৰ গোস্বামী
গ) পদ্মনাথ গোহাঞিবৰুৱা
ঘ) কালিৰাম মেধি

খ) হেমচন্দ্ৰ গোস্বামী

২৩. আৱাহনৰ প্ৰথম সম্পাদক কোন আছিল?

ক) লক্ষ্মীনাথ বেজবৰুৱাৰ
খ) হেমচন্দ্ৰ গোস্বামী
গ) পদ্মনাথ গোহাঞিবৰুৱা
ঘ) দীননাথ শৰ্মা

ঘ) দীননাথ শৰ্মা

২৪. অসমৰ প্ৰথম সংবাদ পত্ৰ খনৰ নাম কি?

ক) প্ৰান্তিক
খ) জয়ন্তী
গ) অৰুনোদই
ঘ) ৰামধেনু

গ) অৰুনোদই

ASSAM GK IMPORTANT QUESTIONS

২৫. অসমৰ স্কুল কাছাৰীত কেতিয়াৰ পৰা বাংলা ভাষাৰ প্ৰচলন কৰা হৈছিল?

ক) ১৮৩০
খ) ১৮৩২
গ) ১৮৩৬
ঘ) ১৮৩৮

গ) ১৮৩৬

২৬. অসমৰ প্ৰথম চিকিৎসা মহবিদ্যালয়খন কত আছে?

ক) ডিব্ৰগড়
খ) গুৱাহাটী
গ) শিলচৰ
ঘ) যোৰহাট

ক) ডিব্ৰগড়

২৭. জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল?

ক) আনন্দ চন্দ্ৰ বৰুৱা
খ) লক্ষ্মীনাথ বেজবৰুৱা
গ) ৰঘুনাথ চৌধাৰী
ঘ) চন্দ্ৰ কুমাৰ আগৰৱালা

ঘ) চন্দ্ৰ কুমাৰ আগৰৱালা

২৮. ড. ভূপেন হাজৰিকাক কোনে সুধাকণ্ঠ উপাধি প্ৰদান কৰিছিল?

ক) আনন্দ চন্দ্ৰ বৰুৱা
খ) লক্ষ্মীনাথ বেজবৰুৱা
গ) ৰঘুনাথ চৌধাৰী
ঘ) চন্দ্ৰ কুমাৰ আগৰৱালা

ক) আনন্দ চন্দ্ৰ বৰুৱা

২৯. অসমৰ কোন ঠাইত বিভিন্ন ঠাইৰ পৰা চৰাই সমূহ আহি বছৰৰ এটা নিৰ্দিষ্ট সময়ত আত্মহণন কৰে?

ক) জাতিংগা
খ) বৰদৈবাম
গ) দ্বীপৰ বিল
ঘ) হাফলং

ক) জাতিংগা

ASSAM GK

৩০. কোন তাৰিখে গড় দিৱস পালন কৰা হয়?

ক) ২২ ছেপ্টেম্বৰ
খ) ২৫ অক্টোবৰ
গ) ২০ নৱেম্বৰ
ঘ) ২৫ নৱেম্বৰ

ক) ২২ ছেপ্টেম্বৰ

ALSO VIEW:Assam History GK Important MCQ, PDF And Book

READ MORE:Assam Quiz

Leave a Comment