Assam History GK Important MCQ, PDF And Book

Assam History GK Important MCQ, Assam History GK PDF, Assam History GK Important Book

CategoryAssam History GK
Type of QuestionMCQ
No. of question30
GK TypePDF, Book, Mcq
LanguageAssamese

Assam History GK PDF

১. অসমৰ পৌৰাণিক নাম আছিল

ক) কামৰূপ/ প্ৰাগজ্যোতিষ
খ) শোণিতপুৰ
গ) যোৰহাট
ঘ) শিৱসাগৰ

ক) কামৰূপ/ প্ৰাগজ্যোতিষ

২. বৰ্তমানলৈ অসমত কিমানখন শিলালিপি আৰু তাম্ৰলিপি উদ্ধাৰ হৈছে?

ক) ৩৫
খ) ৩৭
গ) ৩৯
ঘ) ৪০

গ) ৩৯

৩. অসমত এতিয়ালৈকে আৱিষ্কৃত লিপিবদ্ধ চানেকিৰ প্ৰাচীনতম নিদৰ্শন বুলি খ্যাত শিলালিপি খনৰ নাম কি?

ক) আমবাৰী শিলালিপি
খ) উমাচল শিলালিপি
গ) কানাই বৰশী বোৱা শিলালিপি
ঘ) নাগজৰী খনিকৰ গাঁও শিলালিপি

খ) উমাচল শিলালিপি

৪. উমাচল শিলালিপি খন কোন পাহাৰত উদ্ধাৰ হৈছিল?

ক) গুৱাহাটীৰ নীলাচল পাহাৰত
খ) গুৱাহাটীৰ বেলতলাৰ মৈৰাংক পৰ্বতত
গ) ওপৰৰ দুটাও শুদ্ধ
ঘ) ওপৰৰ আটাকেইটা অশুদ্ধ

ক) গুৱাহাটীৰ নীলাচল পাহাৰত

৫. উমাচল শিলালিপি খন কোন শতিকাৰ বুলি ঠাৱৰ কৰা হৈছে?

ক) তৃতীয় শতিকাৰ
খ) চতুৰ্থ শতিকাৰ
গ) পঞ্চম শতিকাৰ
ঘ) ষষ্ঠ শতিকাৰ

গ) পঞ্চম শতিকাৰ

৬. পঞ্চম শতিকাৰ পৰা দ্বাদশ শতিকালৈকে প্ৰাপ্ত শিলালিপি/তাম্ৰলিপিবোৰৰ ভাষা কি?

ক) আৰবী
খ) ফাৰ্ছী
গ) সংস্কৃত
ঘ) ওপৰৰ আটাইকেইটা শুদ্ধ

গ) সংস্কৃত

৭. আহোম ৰাজত্ব কালত কিমান বিধ তাম্ৰলিপিৰ কথা জানিব পৰা যায়?

ক) ২
খ) ৩
গ) ৪
ঘ) ৫

গ) ৪

৮. প্ৰাগজ্যোতিষৰ ৰাজধানী আছিল

ক) চৰাইদেউ
খ) প্ৰাগজ্যোতিষপুৰ
গ) তেজপুৰ
ঘ) ওপৰৰ আটাকেইটা অশুদ্ধ

খ) প্ৰাগজ্যোতিষপুৰ

৯. প্ৰাগজ্যোতিষপুৰ বৰ্তমান অসমৰ কোন অঞ্চল বা কোন অঞ্চলৰ দাতি কাষৰীয়া অঞ্চলত অৱস্থিত আছিল

ক) গুৱাহাটী
খ) শিৱসাগৰ
গ) গোলাঘাট
ঘ) তেজপুৰ

ক) গুৱাহাটী

Assam History GK Book

১০. কালিকা পুৰাণৰ মতে কামাখ্যা মন্দিৰৰ চাৰিওফালে কিমান মাইল জুৰি কামৰূপ ৰাজ্য বিয়পি আছিল

ক) ৩০০
খ) ৩৫০
গ) ৪০০
ঘ) ৪৫০

ঘ) ৪৫০

১১. কোনজন ৰজাই প্ৰাচীন অসম তথা কামৰূপত প্ৰথম ৰাজত্ব কৰিছিল (বিভিন্ন উৎসৰ পৰা পোৱা সম্ভেদ মৰ্মে)?

ক) নৰকাসুৰ
খ) মহীৰংগ দানৱ
গ) সম্বৰাসুৰ
ঘ) ৰত্নাসুৰ

খ) মহীৰংগ দানৱ

১২. দানৱ বংশৰ প্ৰথম ৰজা কোন আছিল?

ক) নৰকাসুৰ
খ) মহীৰংগ দানৱ
গ) সম্বৰাসুৰ
ঘ) ৰত্নাসুৰ

খ) মহীৰংগ দানৱ

১৩. মহীৰংগ দানৱে কোন ঠাইত ৰাজধানী স্থাপন কৰিছিল?

ক) গুৱাহাটী
খ) ছয়গাওঁ
গ) মৰিগাঁও
ঘ) শিৱসাগৰ

ক) গুৱাহাটীৰ বেলতলাৰ মৈৰাংক পৰ্বতত

১৪. দানৱ বংশই কিমান খ্ৰীষ্টপূৰ্বত পোন প্ৰথমে কামৰূপত ৰাজত্ব কৰিছিল?

ক) খ্ৰীষ্টপূৰ্ব ১৬০০
খ) খ্ৰীষ্টপূৰ্ব ১৭০০
গ) খ্ৰীষ্টপূৰ্ব ১৮০০
ঘ) খ্ৰীষ্টপূৰ্ব ১৯০০

খ) খ্ৰীষ্টপূৰ্ব ১৭০০

১৫. নৰকাসুৰে কিমান খ্ৰীষ্টপূৰ্বত কামৰূপত ৰাজত্ব কৰিছিল?

ক) খ্ৰীষ্টপূৰ্ব ১৪০০
খ) খ্ৰীষ্টপূৰ্ব ১৫০০
গ) খ্ৰীষ্টপূৰ্ব ১৬০০
ঘ) খ্ৰীষ্টপূৰ্ব ১৭০০

খ) খ্ৰীষ্টপূৰ্ব ১৫০০

১৬. ভগদত্তই কিমান খ্ৰীষ্টপূৰ্বত কামৰূপত ৰাজত্ব কৰিছিল?

ক) খ্ৰীষ্টপূৰ্ব ১৪০০
খ) খ্ৰীষ্টপূৰ্ব ১৪৫০
গ) খ্ৰীষ্টপূৰ্ব ১৫০০
ঘ) খ্ৰীষ্টপূৰ্ব ১৫৫০

খ) খ্ৰীষ্টপূৰ্ব ১৪৫০

১৭. গুৱাহটীৰ দীঘলী পুখুৰীটো কোনে খন্দাইছিল?

ক) ভগদত্ত
খ) নৰকাসুৰ
গ) ৰত্নাসুৰ
ঘ) সম্বৰাসুৰ

ক) ভগদত্ত

১৮. বৰ্মন বংশৰ প্ৰথম ৰজা কোন আছিল?

ক) ভাস্কৰ বৰ্মন
খ) পুষ্য বৰ্মন
গ) বল বৰ্মন
ঘ) কল্যাণ বৰ্মন

খ) পুষ্য বৰ্মন

১৯. বৰ্মন বংশৰ ৰাজত্ব কিমান খ্ৰীষ্টাব্দত আৰম্ভ হৈছিল?

ক) ৩০০ খ্ৰীষ্টাব্দ
খ) ৩৫০ খ্ৰীষ্টাব্দ
গ) ৪০০ খ্ৰীষ্টাব্দ
ঘ) ৪৫০ খ্ৰীষ্টাব্দ

খ) ৩৫০ খ্ৰীষ্টাব্দ

Assam History GK MCQ

২০. চীনা পৰিব্ৰাজক হিউৱেন চাং কোন ৰজাৰ ৰাজত্ব কালত কামৰূপলৈ আহিছিল?

ক) নৰকাসুৰ
খ) ভগদত্ত
গ) বজ্ৰদত্ত
ঘ) ভাস্কৰ বৰ্মন

ঘ) ভাস্কৰ বৰ্মন

২১. কোন ৰজাই “ভাস্কৰাব্দ” বা “কামৰূপী চন” প্ৰবৰ্তন কৰিছিল?

ক) নৰকাসুৰ
খ) ভগদত্ত
গ) বজ্ৰদত্ত
ঘ) ভাস্কৰ বৰ্মন

ঘ) ভাস্কৰ বৰ্মন

২২. পাল বংশৰ প্ৰতিষ্ঠাতা কোন আছিল?

ক) ধৰ্মপাল
খ) জয়পাল
গ) ব্ৰহ্মপাল
ঘ) ৰত্নপাল

গ) ব্ৰহ্মপাল

২৩. কোন ঠাইত পোন প্ৰথমে ৰজা বীৰপালে চুতীয়া ৰাজ্য স্থাপন কৰিছিল?

ক) শদিয়া
খ) তিনিচুকীয়া
গ) ডিব্ৰগড়
ঘ) মাৰ্ঘেৰিটা

ক) শদিয়া

২৪. কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিল

ক) নৰনাৰায়ণ
খ) চিলাৰায়
গ) বিশ্ব সিংহ
ঘ) ওপৰৰ আটইকেইটা অশুদ্ধ

গ) বিশ্ব সিংহ

২৫. কোন ৰজাই “নাৰায়ণী মুদ্ৰা” প্ৰচলন কৰিছিল?

ক) বিশ্ব সিংহ
খ) নৰনাৰায়ণ
গ) ৰঘু নাৰায়ন
ঘ) বলী নাৰায়ন

খ) নৰনাৰায়ণ

২৬. কাৰ অনুৰোধত শঙ্কৰদেৱে ” ৰাম বিজয়” নাটক খন লিখিছিল?

ক) বিশ্ব সিংহ
খ) নৰনাৰায়ণ
গ) ৰঘু নাৰায়ন
ঘ) চিলাৰায়

ঘ) চিলাৰায়

২৮. কাৰ অনুৰোধত মাধৱদেৱে “জন্ম ৰহস্য” পুথিখন ৰচনা কৰিছিল?

ক) বিশ্ব সিংহ
খ) নৰনাৰায়ণ
গ) ৰঘু নাৰায়ন
ঘ) চিলাৰায়

ঘ) চিলাৰায়

২৯. জয়ন্তীয়া ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন?

ক) পৰ্বতৰায়
খ) বৰগোসাঁই
গ) ৰামসিং
ঘ) প্ৰতাপৰায়

ক) পৰ্বতৰায়

৩০. আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন?

ক) চুকাফা
খ) চুদাংফা
গ) চুহুংমুং
ঘ) চুচেংফা

ক) চুকাফা

Also View: Assam Police Question Answer Assamese

Read More: Assam Quiz

2 thoughts on “Assam History GK Important MCQ, PDF And Book”

Leave a Comment