Assam Police Question Answer Assamese – অসম পুলিচ প্ৰশ্ন

1. অসম আৰক্ষীৰ মুখ্য কার্যালয় কত

  • (a) উলুবাৰী
  • (b) গণেশগুৰি
  • (c) দিছপুৰ
  • (d) জালুকবাৰী

(a) উলুবাৰী

2. অসম আৰক্ষীৰ বর্তমান সঞ্চালকপ্ৰধান

  • (a) ভাস্কৰজ্যোতি মহন্ত
  • (b) হীৰেন নাথ
  • (c) খগেন শর্মা
  • (d) পল্লৱ ভট্টাচার্য

(a) ভাস্কৰজ্যোতি মহন্ত

3.DGP ৰ সম্পূৰ্ণ অৰ্থ-

  • (a) Director General Of Police
  • (b) District General Of Police
  • (c) Defence General Of Police
  • (d) ওপৰৰ আটাকেইটা শুদ্ধ

(a) Director General Of Police

4.অসম আৰক্ষী কোনটো বিভাগৰ নিয়ন্ত্রণত

  • (a) বন বিভাগ
  • (b) গৃহ বিভাগ
  • (c) বিত্ত বিভাগ
  • (d) স্বাস্থ্য বিভাগ

(b) গৃহ বিভাগ

5.অসমত কিমানখন ‘পুলিচ জিলা’ আছে?

  • (a) 35
  • (b) 33
  • (c) 31
  • (d) 36

(a) 35

6.জিলা এখনৰ মুখ্য পুলিচ বিষয়া কোন

  • (a) আৰক্ষী অধীক্ষক (SP)
  • (b) আৰক্ষী আয়ুক্ত
  • (c) আৰক্ষী পৰিদর্শন
  • (d) আৰক্ষী পৰিদৰ্শক (I.G)

(a) আৰক্ষী অধীক্ষক (SP)

7.SP ৰ সম্পূৰ্ণ অৰ্থ-

  • (a) Special Police
  • (b) Superintendent Of Police
  • (c) Senior Police
  • (d) State Police

(b) Superintendent Of Police

8.অসম পুলিচৰ কমাণ্ডো বাহিনীটোৰ নাম কি?

  • (a) ব্লেক পেন্থাৰ
  • (b) ব্লেক কেট
  • (c) ব্লেক টাইগাৰ
  • (d) এন এছ জি

(a) ব্লেক পেন্থাৰ

9.অসম পুলিচৰ কিমানটা বেটেলিয়ন (APBN) আছে?

  • (a) 14
  • (b) 16
  • (c) 24
  • (d) 25

(a) 14

10.প্রথম অসম আৰক্ষী বেটেলিয়নৰ মুখ্য কার্যালয় ক’ত

  • (a) শিৱসাগৰ
  • (b) দৰং
  • (c) গুৱাহাটী
  • (d) নলবাৰী

(a) শিৱসাগৰ

11.DSP ৰ সম্পূৰ্ণ অৰ্থ-

  • (a)District Superintendent Of Police
  • (b)Division Superintendent Of Police
  • (c)Deputy Superintendent Of Police
  • (d) ওপৰৰ আটাকেইটা অশুদ্ধ

(c)Deputy Superintendent Of Police

12.অসম আৰক্ষীৰ কিমানটা I.R. (Indian Reserve) বেটেলিয়ন আছে?

  • (a) 9
  • (b) 10
  • (c) 7
  • (d) 6

(a) 9

13.অসমৰ কোনখন নগৰত আৰক্ষী আয়ুক্তালয়’ (Police Commissionerate) আছে?

  • (a) গুৱাহাটী
  • (b) ডিব্ৰুগড়
  • (c) শিলচৰ
  • (d) বঙাইগাঁও

(a) গুৱাহাটী

14.গুৱাহাটীত আৰক্ষী আয়ুক্তালয় কেতিয়া স্থাপন কৰা হৈছিল ?

  • (a) 2013
  • (b) 2014
  • (c) 2015
  • (d) 2016

(c) 2015

15.গুৱাহাটী পুলিচৰ প্রথম আয়ুক্ত কোন আছিল ?

  • (a) জ্যোতির্ময় চক্রবর্তী
  • (b) এ. পি. তিৱাৰী
  • (c) মুকেশ আগৰৱালা
  • (d) হীৰেন চন্দ্র নাথ

(a) জ্যোতির্ময় চক্রবর্তী

16.বর্তমান গুৱাহাটী পুলিচৰ আয়ুক্ত (কমিছনাৰ) কোন?

  • (a) মুন্না প্রসাদ গুপ্তা
  • (b) দিগন্ত বৰা
  • (c) জ্যোতির্ময় চক্রবর্তী
  • (d) মুকেশ সহাই

(a) মুন্না প্রসাদ গুপ্তা

17.গুৱাহাটী পুলিচ কিমানখন পুলিচ জিলাত ভাগ কৰা হৈছে?

  • (a) 2
  • (b) 3
  • (c) 4
  • (d) 5

(b) 3

18. চতুর্থ অসম পুলিচ বেটেলিয়ন(APBN)ৰ মুখ্য কার্যালয় ক’ত?

  • (a) গুৱাহাটী
  • (c) নলবাৰী
  • (b) ডিব্ৰুগড়
  • (d) যােৰহাট

(a) গুৱাহাটী

19.প্রথম অসম পুলিচ টাস্ক ফ’র্চ(APTF)ৰ মুখ্য কার্যালয় কত?

  • (a) গােৱালপাৰা
  • (c) দৰং
  • (b) গুৱাহাটী
  • (d) ডিফু

(a) গােৱালপাৰা

20.অসম পুলিচৰ কমাণ্ডো বেটেলিয়ন কেতিয়া গঠিত —

  • (a) 1993
  • (b) 1994
  • (c) 1995
  • (d) 1996

(d) 1996

21.অসম পুলিচৰ কমাণ্ডো বেটেলিয়নৰ মুখ্য কার্যালয়

  • (a) উলুবাৰী
  • (b) দিছপুৰ
  • (c) হাফলং
  • (d) মান্দাকাটা

(d) মান্দাকাটা

22.অসম পুলিচে ব্যৱহাৰ কৰা ৰায়ত কন্ট্র’ল’(Riot Control)ৰ গাড়ীখনৰ নাম কি ?

  • (a) বজ্র
  • (b) চক্র
  • (c) থৰ
  • (d)জীপছী

(a) বজ্র

23.অসমত কিমানখন পুলিচ প্রশিক্ষণ প্রতিষ্ঠান আছে?

  • (a) 6
  • (b) 3
  • (c) 2
  • (d) 4

(d) 4

24.‘আৰক্ষী প্রশিক্ষণ মহাবিদ্যালয়, অসম’ ক’ত অৱস্থিত ?

  • (a) গুৱাহাটী
  • (b) হাফলং
  • (c) দেৰগাঁও
  • (d) ধুবুৰী

(c) দেৰগাঁও

25.সশস্ত্র আৰক্ষী প্রশিক্ষণ কেন্দ্র (APTC) কেতিয়া স্থাপন কৰা হৈছিল?

  • (a) 1973
  • (b) 1974
  • (c) 1975
  • (d) 1976

(b) 1974

26.নর্থ-ইষ্ট পুলিচ একাডেমী’ ক’ত অৱস্থিত ?

  • (a) শ্বিলং
  • (b) গুৱাহাটী
  • (c) ডিমাপুৰ
  • (d) ইটানগৰ

(a) শ্বিলং

27.আৰক্ষী প্রশিক্ষণ মহাবিদ্যালয়’ অসম কেতিয়া স্থাপন হৈছিল ?

  • (a) 1948
  • (c) 1996
  • (b) 1974
  • (d) 1980

(a) 1948

28.অসম পুলিচৰ কিমানটা টাস্ক ফ’র্চ বেটেলিয়ন আছে?

  • (a) 4
  • (b) 5
  • (c) 6
  • (d) 9

(a) 4

29. 1861 চনৰ পুলিচ আইন অনুসৰি অসম পুলিচৰ কেইটা ভাগ আছিল?

  • (a) 2
  • (b) 4
  • (c) 6
  • (d) 8

(b) 4

30. আমাৰ দেশৰ আটাইতকৈ পুৰণি অর্ধসামৰিক
বাহিনীটোৰ নাম কি?

  • (b)ৰাষ্ট্ৰীয় ৰাইফলচ
  • (c)চি আৰ পি এফ
  • (d)বি এছ এফ

(a)আছাম ৰাইফলচ

2 thoughts on “Assam Police Question Answer Assamese – অসম পুলিচ প্ৰশ্ন”

Leave a Comment